Jump to content

Incubator:Main Page/as

From Wikimedia Incubator
This page is a translated version of the page Incubator:Main Page and the translation is 60% complete.
Outdated translations are marked like this.
You can read this page in other languages. The language menu is here.
ৱিকিমিডিয়া ফাউণ্ডেশ্যন
ৱিকিমিডিয়া ফাউণ্ডেশ্যন

ৱিকিমিডিয়া ইনকুবেটৰলৈ স্বাগতম!

এয়া ৱিকিমিডিয়া ইনকুবেটৰ, য'ত ৱিকিপিডিয়া, ৱিকিগ্ৰন্থ, ৱিকিসংবাদ, ৱিকিউদ্ধৃতি, ৱিকিঅভিধান আৰু ৱিকিভ্ৰমণৰ সাম্ভাব্য ন-ভাষাৰ সংস্কৰণ ব্যৱস্থিত, লিখা, পৰীক্ষা আৰু ৱিকিমিডিয়া সংস্থাই হ'ষ্ট কৰাৰ যোগ্যতা প্ৰমাণিত কৰা হয়।

যদিও ৱিকিমিডিয়া ইনকুবেটৰত পৰীক্ষামূলক ৱিকিসমূহে নিজা ৱিকি ড'মেইন লাভ নকৰে, এই ৱিকিসমূহকো আন ৱিকিৰ দৰেই পঢ়িব আৰু সম্পাদনা কৰিব পৰা যায়।

ৱিকিবিশ্ববিদ্যালয়ৰ নতুন সংস্কৰণৰ বাবে বিটা ৱিকিবিশ্ববিদ্যালয়, আৰু ৱিকিউৎসৰ নতুন সংস্কৰণৰ বাবে পুৰণি ৱিকিউৎসলৈ যোৱা উচিত।

আপুনি ইয়াত এক নতুন প্ৰকল্প আৰম্ভ কৰিব নোৱাৰে, বৰ্তমানে অস্তিত্ব থকা এটি প্ৰকল্পৰ নতুন ভাষাৰ সংস্কৰণহে আৰম্ভ কৰিব পাৰে। যদি আপুনি এটা নতুন প্ৰকল্প আৰম্ভ কৰিব বিচাৰে, তেন্তে নতুন প্ৰকল্পৰ প্ৰস্তাৱসমূহলৈ যাওক, নাইবা যদি নতুন প্ৰকল্প সৃষ্টি কৰিব বিচাৰে, তেন্তে ৱিকিৰেণু চাওক।

ইয়াত থকা কিছু সক্ৰিয় ৱিকি:

These have been approved and/or created:   These are active and might get their own site soon:

Wikipedia

Wiktionary

Wikibooks

Wikiquote

Wikivoyage

  These will likely stay here:
ৱিকিমিডিয়া ইনক্যুবেটৰৰ সকলো ৱিকিৰ তালিকাৰ বাবে ইয়াত চাওক, ইনক্যুবেটৰ:ৱিকিসমূহ

এটি নতুন পৰীক্ষামূলক ৱিকি কেনেকৈ আৰম্ভ কৰে?

যদি আপুনি কোনো প্ৰকল্পৰ নতুন সংস্কৰণ আৰম্ভ কৰিব বিচাৰিছে, আপুনি সকলো তথ্য সহায়:নিয়মাৱলীত বিচাৰি পাব। অনুগ্ৰহ কৰি স্থানীয় নীতিৰ বিষয়ে সজাগ হওক।

কিছু গুৰুত্বপূৰ্ণ নিয়ম:

  • আপোনাক এটি বৈধ লেংগুৱেজ ক'ড লাগিব (নিয়মাৱলীত সবিশেষ আছে)। যদি আপোনাৰ ওচৰত নাই, তেন্তে আপুনি ইনক্যুবেটৰ প্লাছত অনুৰোধ কৰিব পাৰে।
  • ইয়াত পৰীক্ষামূলক ৱিকি আৰম্ভ কৰাই এই কথা নুসূচায় যে এই ৱিকিক পাছত ৱিকিমিডিয়াই নিজে স্বীকাৰ কৰিব; আপোনাৰ ৱিকিক প্ৰথমে ভাষা সমিতি বা লেংগুৱেজ কমিটিয়ে অনুমোদন জনাব লাগিব। অধিক তথ্যৰ বাবে নতুন ভাষাৰ অনুৰোধ চাওক
  • অনুগ্ৰহ কৰি পৰীক্ষামূলক ভাষাৰ বাবে নামকৰণ নিয়মসমূহক সন্মান কৰক, যাতে ভৱিষ্যতে পৃষ্ঠাসমূহৰ প্ৰকৃত ৱিকি প্ৰকল্পলৈ স্থানান্তৰ কৰিবলৈ সহজ হয়। আপোনাৰ সকলো পৰীক্ষামূলক পৃষ্ঠা (সাঁচ আৰু শ্ৰেণীসমূহ অন্তৰ্ভুক্ত কৰি) এককভাৱে (এটা উপসৰ্গ ব্যৱহাৰ কৰি — অন্ততঃ ভাষা ক'ড ব্যৱহাৰ কৰি; ওপৰত চাওক) আৰু ধাৰাবাহিকভাৱে নামকৰণ কৰিব লাগিব।

ইনকুবেটৰৰ পৰীক্ষামূলক ৱিকিলৈ কেনেকৈ অৱদান আগবঢ়াব?

যদি আপুনি ইয়াত পৰীক্ষামূলক ৱিকি থকা এটি ভাষা জানে, আপোনাক সেই পৰীক্ষামূলক ৱিকিলৈ অৱদান আগবঢ়াবলৈ প্ৰেৰণা যোগোৱা হ'ল।

অনুগ্ৰহ কৰি, আপুনি সৃষ্টি কৰা প্ৰত্যেক পৃষ্ঠাক এক শুদ্ধ উপসৰ্গ প্ৰদান কৰক। উপসৰ্গসমূহৰ বিষয়ে অধিক তথ্য

2026

2025

যোগাযোগ/সহায়:

অব্যৱসায়ীক প্ৰতিষ্ঠান ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিবেশিত অন্যান্য ৱিকি-প্ৰকল্পসমূহ:

Wikipediaৱিকিপিডিয়া
মুক্ত বিশ্বকোষ
Wiktionaryৱিকিঅভিধান
অভিধান আৰু শব্দ সংগ্ৰহ
Wikisourceৱিকিউৎস
মুক্ত পুথিভঁৰাল
Wikiquoteৱিকিউদ্ধৃতি
উদ্ধৃতিৰ সংগ্ৰহ
Wikibooksৱিকিগ্ৰন্থ
মুক্ত পাঠ্যপুথি আৰু নিৰ্দেশিকা
Wikiversityৱিকিবিশ্ববিদ্যালয়
মুক্ত শিক্ষণ সমল আৰু কাৰ্যাৱলী
Wikivoyageৱিকিভ্ৰমণ
মুক্ত সঁতাৰ ভ্ৰমণ নিৰ্দেশিকা
Wikispeciesৱিকিপ্ৰজাতি
প্ৰজাতিৰ সূচী
Wikidataৱিকিতথ্য
জ্ঞানৰ মুক্ত আধাৰ
Wikimedia Commonsৱিকিমিডিয়া কমন্স
মুক্ত মিডিয়া সমল
Meta-Wikiমেটা-ৱিকি
ৱিকিমিডিয়া প্ৰকল্পসমূহৰ সমন্বয়ক
MediaWikiMediaWiki
Wiki software development
WikifunctionsWikifunctions
Library of functions