ইনক্যুবেতৰ:আপল'ড

From Wikimedia Incubator
This page is a translated version of the page Incubator:Upload and the translation is 71% complete.
Outdated translations are marked like this.

যদি আপুনি এজন registered সদস্য, আপুনি সাধাৰণভাৱে Special:Uploadএৰে ফাইল আপল'ড কৰিব পাৰে, পিচে ইনক্যুবেটৰত ইয়াৰ অনুমতি নাই। আপুনি Wikimedia Commonsত আপল'ড কৰিব লাগিব।

কমন্সত কেনেকৈ আপল'ড কৰে?

ইয়াত প্ৰতিটো পদক্ষেপ বুজোৱা হৈছে:

  1. প্ৰথমে কমন্সত ৰেজিষ্টাৰ কৰক বা লগ ইন কৰক (আপুনি আপুনি ইউনিফাইড লগ ইনেৰে পূৰ্বেই লগ ইন হৈ থাকিব পাৰে)
  2. আপুনি নিজৰ পচন্দৰ ভাষা your preferencesত চয়ন কৰি ল'ব যাতে নীতি-নিয়ম আদি বোধগম্য হয়
  3. Commons:Uploadলৈ যাওক আৰু নিৰ্দেশনা মতে আগুৱাই যাওক। অনুভৱী সদস্যসকলে এই toolও ব্যৱহাৰ কৰিব পাৰে।
  4. আপুনি কমন্সৰ সকলো ফাইল একে নামেৰেই ইনক্যুবেটৰতো ব্যৱহাৰ কৰিব পাৰে।

ইয়াত কিয় আপল'ড কৰিব নোৱাৰি?

bug 11168ৰ বাবে! ;-)

কেইবাটাও সুবিধা আছে:

  • আপুনি ৱিকিমিডিয়া ফাউণ্ডেচনৰ সকলো ৱিকিত ফাইলটো ব্যৱহাৰ কৰিব পাৰে।
    • ই পৰীক্ষামূলক ৱিকিৰ সকলো ফাইল নতুন চাইটলৈ নকল কৰোতে অনুপস্থিত ফাইলৰ পুনঃ আপল'ড হোৱা কাৰ্যৰ সম্ভাৱনা কমাই দিয়ে
  • কমন্স বিশেষকৈ ফাইলৰ বাবেই। সেই বাবে কমন্সৰ policy ভাল, আদি। ইনক্যুবেটৰৰ আপল'ড হোৱা ফাইলৰ ওপৰত কোনো নিয়ন্ত্ৰণ নাথাকে।