ইনক্যুবেতৰ:আপল'ড
Appearance
Outdated translations are marked like this.
যদি আপুনি এজন registered সদস্য, আপুনি সাধাৰণভাৱে Special:Uploadএৰে ফাইল আপল'ড কৰিব পাৰে, পিচে ইনক্যুবেটৰত ইয়াৰ অনুমতি নাই। আপুনি Wikimedia Commonsত আপল'ড কৰিব লাগিব।
কমন্সত কেনেকৈ আপল'ড কৰে?
ইয়াত প্ৰতিটো পদক্ষেপ বুজোৱা হৈছে:
- প্ৰথমে কমন্সত ৰেজিষ্টাৰ কৰক বা লগ ইন কৰক (আপুনি আপুনি ইউনিফাইড লগ ইনেৰে পূৰ্বেই লগ ইন হৈ থাকিব পাৰে)
- আপুনি নিজৰ পচন্দৰ ভাষা your preferencesত চয়ন কৰি ল'ব যাতে নীতি-নিয়ম আদি বোধগম্য হয়
- Commons:Uploadলৈ যাওক আৰু নিৰ্দেশনা মতে আগুৱাই যাওক। অনুভৱী সদস্যসকলে এই toolও ব্যৱহাৰ কৰিব পাৰে।
- আপুনি কমন্সৰ সকলো ফাইল একে নামেৰেই ইনক্যুবেটৰতো ব্যৱহাৰ কৰিব পাৰে।
ইয়াত কিয় আপল'ড কৰিব নোৱাৰি?
bug 11168ৰ বাবে! ;-)
কেইবাটাও সুবিধা আছে:
- আপুনি ৱিকিমিডিয়া ফাউণ্ডেচনৰ সকলো ৱিকিত ফাইলটো ব্যৱহাৰ কৰিব পাৰে।
- ই পৰীক্ষামূলক ৱিকিৰ সকলো ফাইল নতুন চাইটলৈ নকল কৰোতে অনুপস্থিত ফাইলৰ পুনঃ আপল'ড হোৱা কাৰ্যৰ সম্ভাৱনা কমাই দিয়ে
- কমন্স বিশেষকৈ ফাইলৰ বাবেই। সেই বাবে কমন্সৰ policy ভাল, আদি। ইনক্যুবেটৰৰ আপল'ড হোৱা ফাইলৰ ওপৰত কোনো নিয়ন্ত্ৰণ নাথাকে।