Wb/as/তবলাৰ তিনতাল

From Wikimedia Incubator
< Wb‎ | as
Wb > as > তবলাৰ তিনতাল

তিনতাল, ক'বলৈ গ'লে তবলাৰ মুখ্য তাল। এই তাল ১৬ মাত্ৰাৰ। তিনতালৰ চাৰিটা বিভাগ। ঈ এক সমপদী তাল, অৰ্থাৎ প্ৰতিটো বিভাগৰ মাত্ৰাৰ সংখ্যা সমান। এই তালৰ এক স্থানত সম্, দুই স্থানত তালি আৰু এক স্থানত খালি।

তবলা বিষয়ক আন গ্ৰন্থও অসমীয়া ৱিকিগ্ৰন্থত উপলব্ধ ! তবলাৰ তাললিপি আৰু তবলাৰ বোল । নামকেইটাত ক্লিক কৰি তালৈ যাব পাৰে ।

সূচী[edit | edit source]

১/ তিনতালৰ ঠেকা

২/ তিনতালৰ কায়দা

৩/ তিনতালৰ ৰেলা

৪/ তিনতালৰ টুকড়া

৫/ তিনতালৰ চক্ৰদাৰ

৬/ তিনতালৰ পেছকাৰ

৭/ তিনতালৰ ফৰমাইচী চক্ৰদাৰ

৮/ তিনতালৰ উঠান