Wb/as/তবলাৰ তিনতাল/তিনতালৰ কায়দা

From Wikimedia Incubator
< Wb‎ | as‎ | তবলাৰ তিনতালWb > as > তবলাৰ তিনতাল > তিনতালৰ কায়দা
Jump to navigation Jump to search

কায়দা কি?[edit]

কায়দা হ'ল এক সুনিৰ্দিষ্ট, ছন্দোবদ্ধ বোলৰ সমষ্টি, য'ত তালৰ বিভাগ, মাত্ৰা, সম্, তালি, খালি আদি সলনি কৰা নহয়। তলত তিনতালৰ কেইটামান কায়দা, পাল্টা বা বিস্তাৰৰ সৈতে দিয়া হ'ল--

কায়দা ১[edit]

এগুণ[edit]

ধা ধা তে টে
x
ধা ধা তু না
তা তা তে টে
ধা ধা তু না

দুগুণ[edit]

ধাধা তেটে ধাধা তুনা
x
তাতা তেটে ধাধা তুনা
ধাধা তেটে ধাধা তুনা
তাতা তেটে ধাধা তুনা