Jump to content

Wb/as

From Wikimedia Incubator
< Wb
Wb > as

অসমীয়া ৱিকিগ্ৰন্থ বৰ্তমান পৰীক্ষামূলক অৱস্থাত আছে। নতুন পৃষ্ঠা সৃষ্টি কৰি অসমীয়া ছাইট লাভ কৰিবলৈ সহায় কৰক। অসমীয়া ভাষাত মূল ছাইট পাবলৈ এই ৱিকিত প্ৰতি মাহে অন্তত ৫ জন সক্ৰিয় সদস্য (মাহত ১৫টাতকৈ অধিক সম্পাদনা কৰা সদস্য) থাকিব লাগিব আৰু যথেষ্ঠ সংখ্যক পৃষ্ঠা থাকিব লাগিব। অসমীয়া ৱিকিগ্ৰন্থৰ বেটুপাতত পৃষ্ঠালৈ যাবলৈ ইয়াত ক্লিক্ কৰক