User talk:-chanakyakdas

From Wikimedia Incubator

Welcome to Wikimedia Incubator!

At the right there are some important links, and here are some tips and info:

If you have any questions, feel free to ask them on Incubator:Community Portal.

-- Welcoming Bot 12:35, 15 April 2020 (UTC)[reply]

A barnstar for you![edit source]

The Original Barnstar
প্ৰিয় সতীৰ্থ, অসমীয়া ৱিকিউদ্ধৃতিৰ অংকুৰণৰ ক্ষেত্ৰত আপুনি আগবঢ়োৱা অমূল্য অৱদানৰ বাবে কৃতজ্ঞতাস্বৰূপে আপোনালৈ এই পদকটো আগবঢ়ালোঁ‌। ধন্যবাদেৰে।

-চন্দন চিৰিং ফুকন বাৰ্তা 13:56, 19 August 2021 (UTC)[reply]

@Chiring chandan: অশেষ ধন্যবাদ দাদা। -chanakyakdas (talk) 14:52, 19 August 2021 (UTC)[reply]

চাহ এপিয়লা[edit source]

প্ৰিয় চাণক্য, ৱিকিউদ্ধৃতিৰ উত্তৰণৰ কামত নিৰন্তৰ নিয়োজিত হৈ থাকি আহিব পৰা অৱসাদৰ বাবে এপিয়লা চাহ আগবঢ়ালোঁ‌। চন্দন চিৰিং ফুকন বাৰ্তা 14:31, 18 September 2021 (UTC)[reply]
@Chiring chandan: ধন্যবাদ দাদা। :) -chanakyakdas (talk) 14:34, 18 September 2021 (UTC)[reply]

অক্লান্ত কৰ্মী পদক[edit source]

অক্লান্ত কৰ্মী পদক
প্ৰিয় সতীৰ্থ, ৱিকিউদ্ধৃতিৰ জীৱনদানৰ প্ৰচেষ্টাত অবিৰতভাৱে বৰঙণি আগবঢ়াই অহাৰ বাবে তোমালৈ এই পদকটি আগবঢ়ালোঁ‌। ধন্যবাদেৰে। চন্দন চিৰিং ফুকন বাৰ্তা 14:37, 29 November 2021 (UTC)[reply]
@Chiring chandan: ধন্যবাদ দাদা। :) -chanakyakdas (talk) 18:27, 29 November 2021 (UTC)[reply]

কাৰিকৰী পাৰদৰ্শিতা পদক[edit source]

কাৰিকৰী পাৰদৰ্শিতা পদক
প্ৰিয় চাণক্য, তোমাৰ নেতৃত্বত অসমীয়া ৱিকিউদ্ধৃতিৰ কাম যথেষ্ট আগবাঢ়িছে। কাৰিকৰী দিশসমূহত উদ্ধৃতিক দিয়া গতিশীলতাৰ বাবে তোমালৈ এই পদকটি আগবঢ়ালোঁ। ধন্যবাদেৰে। চন্দন চিৰিং ফুকন বাৰ্তা 08:23, 26 January 2022 (UTC)[reply]
@Chiring chandan: Valar dohaeris! Thank you so much. 😃 -chanakyakdas (talk) 16:09, 26 January 2022 (UTC)[reply]

Semi-protection request[edit source]

Hi, can you please consider to semi-protect this talk page, just for a few days? It was targeted by an LTA! Thanks and best regards --Superpes15 (talk) 11:30, 23 February 2022 (UTC)[reply]

Hi, I'm sorry to inform you that I'm not allowed to perform the protection task. Only Administrators can do so. You can ping anyone of them from this list. -chanakyakdas (talk) 12:10, 23 February 2022 (UTC)[reply]
Strangely, the tool I use indicated you as an administrator. I'm really sorry for bothering you, thanks! Superpes15 (talk) 12:14, 23 February 2022 (UTC)[reply]
Perhaps the tool indicated me as a test admin which I really am. -chanakyakdas (talk) 12:28, 23 February 2022 (UTC)[reply]

A barnstar for you![edit source]

প্ৰশাসকৰ পদক
টেষ্ট-ৱিকিৰ প্ৰশাসক হিচাপে ৱিকিউদ্ধৃতিৰ অংকুৰণৰ বাবে তুমি যিমানখিনি কাম সুচাৰুৰূপে কৰিছা তাৰ বাবে ধন্যবাদ দিবলৈ ভাষাৰ অভাৱ। ইয়াৰেই কৃতজ্ঞতাস্বৰূপে তোমালৈ প্ৰশাসকৰ পদক আগবঢ়ালোঁ। চন্দন চিৰিং ফুকন বাৰ্তা 04:09, 28 March 2022 (UTC)[reply]
অশেষ ধন্যবাদ। 🙏🏼 ---chanakyakdas (talk) 11:23, 28 March 2022 (UTC)[reply]

মিঠা ষ্ট্ৰ'বেৰী[edit source]

প্ৰিয় ৱিকিসতীৰ্থ, ৱিকিউদ্ধৃতিৰ উত্তৰণৰ বাটত একেলগে আমি বহুদূৰ বাট বুলিলোঁ। আগুৱাবলৈ আছে আৰু বহুদূৰ। এই বিৰামহীন যাত্ৰাপথত সতেজতা আনিবলৈ গোটাচেৰেক মিঠা ষ্ট্ৰ'বেৰী যাচিলোঁ‌। ধন্যবাদেৰে -Chandan Chiring Phukon Chat 19:18, 15 July 2022 (UTC)[reply]
@Chiring chandan: অশেষ ধন্যবাদ দাদা। :) ---chanakyakdas (talk) 03:18, 16 July 2022 (UTC)[reply]

Template:Wq/as/নক্ষত্ৰ পদক

@Chiring chandan: Thanks a million! 😇🙏 ---chanakyakdas (talk) 07:44, 27 July 2022 (UTC)[reply]