Wb/as/সাম্যবাদ (ৱিকিঅনুজ)
Appearance
এই গ্ৰন্থ ৱিকিঅনুজৰ অন্তৰ্গত, অৰ্থাৎ এই গ্ৰন্থ শিশুসকলৰ বাবে।
| ৰাজনৈতিক আৰু সমাজ বিজ্ঞানত সাম্যবাদ হ'ল এক ভাবধাৰা যাৰ উদ্দেশ্য এক সাম্যবাদী সমাজ প্ৰতিষ্ঠা কৰা। এখন সাম্যবাদী সমাজ হ'ল এনে এক সমাজ য'ত ৰাইজেই হ'ল সকলো সম্পত্তি আৰু উৎপাদনৰ মাধ্যমৰ গৰাকী। ই এনে এক সমাজ, য'ত কোনো সামাজিক বৰ্গ আৰু ধনৰ অস্তিত্ব নাই। এই গ্ৰন্থত সাম্যবাদৰ ইতিহাস, মাৰ্ক্সবাদী আৰু অ-মাৰ্ক্সবাদী সাম্যবাদ আৰু অন্যান্য বিষয় সন্নিবিষ্ট কৰা হৈছে। সূচী.... পৰিচয় বুৰঞ্জী-- প্ৰাৰম্ভিক সাম্যবাদ আধুনিক সাম্যবাদ শীতল যুদ্ধ ছ'ভিয়েট ৰাছিয়াাৰ পাছত মাৰ্ক্সবাদী সাম্যবাদ মাৰ্ক্সবাদ লেনিনবাদ মাৰ্ক্সবাদ-লেনিনবাদ, ষ্টেলিনবাদ আৰু ট্ৰটস্কিবাদ মুক্তবাদী মাৰ্ক্সবাদ পৰিষদীয় সাম্যবাদ বাওঁ সাম্যবাদ অ-মাৰ্ক্সবাদী সাম্যবাদ খ্ৰীষ্ট ধৰ্মীয় সাম্যবাদ নৈৰাজ্যবাদী সাম্যবাদ সমালোচনা |