Wb/as/অসমীয়া ভাষা (ৱিকিঅনুজ)

From Wikimedia Incubator
< Wb‎ | as
Wb > as > অসমীয়া ভাষা (ৱিকিঅনুজ)

অসমীয়া ভাষা অসমৰ এক ভাষা। তুমি বৰ্তমানে পঢ়ি থকা ভাষাটোও অসমীয়া!

অসমীয়া ভাষা অতিকৈ শুৱলা আৰু সেয়ে এই ভাষা শিকি আমি আনন্দ লভিব পাৰো!

পিছে ভাষানো কি? সকলো মানুহে একে ভাষাই কয় নে? সকলো মানুহে অসমীয়া ভাষা একে ধৰণে কয় নে??

এই গ্ৰন্থত আমি অসমীয়া ভাষাৰ বিষয়ে শিকিম।

যাত্ৰা পথ[edit | edit source]

1 /ভাষা কি বাৰু

2 /ধ্বনি আৰু আখৰ

3 /শব্দ

4 /পদ

5 /বাক্য

6 /ভাষাৰ প্ৰয়োগ