স্বৰবৰ্ণ |
'চ'ৰ লগত যোগ হৈলে
|
অ |
চ
|
আ |
চা
|
ই |
চি
|
ঈ |
চী
|
উ |
চু
|
ঊ |
চূ
|
ঋ |
চৃ
|
এ |
চে
|
ঐ |
চৈ
|
ও |
চো
|
ঔ |
চৌ
|
চ্ + চ = চ্চ = উচ্চ
চ্ + ছ = চ্ছ = ইচ্ছা
চ্ + ঞ = চ্ঞ = যাচ্ঞা
চ্ + য = চ্য = প্ৰাচ্য
- চন্দ্ৰ / চান
- চীন
- চিলা
- চিলাৰায়
- চুল / চুলি
- চলচ্চিত্ৰ
- চতুৰ্থ
- চোৰ
- চন
- চূড়ান্ত
- চাইৰ
- চুঙা
- চন্দন
- চাং
কামতাপুৰী বৰ্ণমালা