Wb/as/ৰন্ধনপ্ৰণালী:ৰঙলাও পাই

From Wikimedia Incubator
< Wb‎ | as
Wb > as > ৰন্ধনপ্ৰণালী:ৰঙলাও পাই

পাম্পকিন পাই বা ৰঙলাও পাই আমেৰিকা আৰু কানাডাৰ জনপ্ৰিয় মিঠা ব্যঞ্জন।

সামগ্ৰী[edit | edit source]

  • ৪৮০ মিলিলিতাৰ গাখীৰ
  • 2 cups (450g) pumpkin, cooked and strained (or plain canned pumpkin). Use the smaller 'Sugar Pumpkin' instead of the big 'Jack O Lantern' pumpkin. The smaller 'Sugar Pumpkin' has a firm and smooth texture while the larger 'Jack O Lantern' pumpkin has more stringy or fibrous texture and more watery for a flesh.
  • ২৪০মিলিলিতাৰ মেপল চিৰাপ*1/8 cup (30g) sugar
  • এক টেবুলস্পুন চেনী
  • ½ tsp. নিমখ
  • 1 tsp. আদা
  • 1 tsp. চিনামন
  • 1/4 tsp. নাটমেগ
  • 2 large কণী
  • 1 বেক নকৰা ৯ ইঞ্চি পাই চেল

নিয়ম[edit | edit source]

  1. ১৮০ ডিগ্ৰী চেলসিয়াচলৈ অভেন গৰম কৰক
  2. পাই চেল বাদ দি আন সকলো সামগ্ৰী ব্লেণ্ড কৰি লওক
  3. পাই চেলটোত সকলোবোৰ ঢালক
  4. ৪৫ মিনিটলৈ ১৮০ দিগ্ৰী চেলচিয়াছত অভেনত ৰাখক
  5. তাপ কমাই খাবলৈ দিয়ক