Wb/as/ৰন্ধনপ্ৰণালী:১-২-৩-৪ কে'ক

From Wikimedia Incubator
< Wb‎ | as
Wb > as > ৰন্ধনপ্ৰণালী:১-২-৩-৪ কে'ক
ই এক ৰন্ধনপ্ৰণালী। এই ৰন্ধনপ্ৰণালী অসমীয়া ৱিকিগ্ৰন্থৰ ৰন্ধনপ্ৰণালী সংগ্ৰহৰ অন্তৰ্গত। আন আন ৰন্ধনপ্ৰণালী চাবলৈ ইয়াত টিপক

১-২-৩-৪ কে'ক এটি সাধাৰণ হালধীয়া কে'ক।

সামগ্ৰী[edit | edit source]

  • ২৪০ মিলিলিটাৰ বাটাৰ
  • ১ পিয়লা গাখীৰ
  • ২ পিয়লা চেনি
  • ৩ পিয়লা আটা
  • ৩ চাহৰ চামুচ বেকিং পাউডাৰ
  • ৩ চিকুট্ নিমখ
  • ৪ টা কণী

বিধি (থুলমুল)[edit | edit source]

  1. অ'ভেন ১৭৫ ডিগ্ৰী চেল্সিয়াচ (৩৫০ ডিগ্ৰী ফেৰেন্হাইট)লৈ গৰম কৰক
  2. বাটাৰ আৰু চেনি কপাহৰ দৰে নোহোৱালৈকে সৰ কৰক
  3. কণী দিয়ক
  4. লাহেকৈ শুকান সামগ্ৰীসমূহ চালক, অলপ অলপ গাখীৰ দি লৰাই।
  5. গ্ৰীজ আৰু আটা থকা বেকিং পেন এখনলৈ লৈ যাওক
  6. স্কিৱাৰে সৰু সৰু কোমল টুকুৰা দেখাবলৈ বন্ধ নকৰালৈকে ১৭৫ ডিগ্ৰী চেল্সিয়াচত বে'ক কৰক

বিধি (বহলকৈ)[edit | edit source]

তৈয়াৰ কৰা[edit | edit source]

দৰকাৰী সামগ্ৰী:

বিধি[edit | edit source]

অন্য ছবি[edit | edit source]

Wikibooks:ar:كتاب_الطبخ/كعكة-1-2-3-4 Wikibooks:en:Cookbook:1-2-3-4 Cake