Wb/as/হিন্দু-আৰবী সংখ্যা প্ৰণালী (ৱিকিঅনুজ)

From Wikimedia Incubator
< Wb‎ | as
Wb > as > হিন্দু-আৰবী সংখ্যা প্ৰণালী (ৱিকিঅনুজ)

এটা কমলা থাকিলে আমি কেনেকৈ লিখো? ১

দুটা কমলা থাকিলে আমি কেনেকৈ লিখো? ২

দহটা থাকিলে?? ১০

কিয় বাৰু??

বেলেগকৈ লিখিব নোৱাৰি নে? একৰ বাবে I, দুইৰ বাবে II, দহৰ বাবে X আদি?

পাৰি! আৰু আপোনালোক হয়টো তেনেদৰে যে সংখ্যা লিখিব পাৰি, সেই কথাৰ সৈতে পৰিচিত! I,II,III,IV,V,VI,VII,VIII,IX,X,L,C,M আদিৰে সংখ্যা লিখা প্ৰণালীটোক ৰ'মাণ সংখ্যা প্ৰণালী বোলে।

আৰু আমি যে লিখো, ১,২,৩,৪,৫,৬,৭,৮,৯,১০,১১ আদি, এই প্ৰণালীক হিন্দু-আৰবী সংখ্যা প্ৰণালী বোলে।

আহক, এই প্ৰণালীৰ বিষয়ে শিকো![edit | edit source]

  1. ৰজাৰ দুই পুত্ৰ