Wb/as/সাধাৰণ ভূগোল

From Wikimedia Incubator
< Wb‎ | as
Wb > as > সাধাৰণ ভূগোল
An icon depicting a map of the earth.
An icon depicting a map of the earth.
স্থান অধ্যয়নৰ পৰিচয়

ভূগোল সম্বন্ধীয় এই কিতাপখন প্ৰাক-বিশ্ববিদ্যালয় পৰ্যায়ৰ তথা বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে নিজৰ ভৌগোলিক জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিব বিচৰা প্ৰাপ্তবয়স্কসকলৰ বাবে৷