Wb/as/বিশেষ আপেক্ষিকতাবাদৰ পৰিচয় (ৱিকিঅনুজ)

From Wikimedia Incubator
< Wb‎ | asWb > as > বিশেষ আপেক্ষিকতাবাদৰ পৰিচয় (ৱিকিঅনুজ)
Jump to navigation Jump to search

এই গ্ৰন্থ ৱিকিঅনুজৰ অন্তৰ্গত, অৰ্থাৎ এই গ্ৰন্থ শিশুসকলৰ বাবে।

নিউটনৰ শাস্ত্ৰীয় পদাৰ্থ বিজ্ঞানে বিজ্ঞান জগত দখল কৰি ৰাখিছিল -- পিচে বিংশ শতিকাৰ আগ ভাগত এনে কিছু সমস্যা দেখা গ'ল, যিয়ে পদাৰ্থ বিজ্ঞানক বৈপ্লৱিকভাৱে সলাই পেলালে। চাও আহক, কি বা সেই সমস্যা, কি ওলাল সমাধান।

Nonsymmetric velocity time dilation.gif

সূচী[edit]

১/ পোহৰৰ বেগ

২/ সময় আপেক্ষিক

৩/ দৈৰ্ঘ্য আপেক্ষিক

৪/ ভৰ আপেক্ষিক

৫/ ভৰ আৰু ঊৰ্জা

৬/ এটি বিশেষ পৰিস্থিতি