Wb/as/বাস্তৱ সংখ্যা (ৱিকিঅনুজ)

From Wikimedia Incubator
< Wb‎ | as
Wb > as > বাস্তৱ সংখ্যা (ৱিকিঅনুজ)
বাস্তৱ সংখ্যা গণিতৰ এক অতিকৈ প্ৰয়োজনীয় ধাৰণা, যিহেতু আমি গণিত শিক্ষা আৰম্ভ কৰোতেই অধ্যয়ন কৰা ১,২,৩,৪,৫,৬,৭,৮,৯,১০,১১,১২,১৩........... ১/২, ৩/২............. ১.০১০০১০০০১০০০০১০০০০০১০০০০০০১০০০০০০০১০০০০০০০০১০০০০০০০০০১...., পাই আদি সংখ্যা, যি সংখ্যা অবিহনে গণিত কল্পনা কৰাই কঠিন-- তেনে সংখ্যাৰেই গঠিত বাস্তৱ সংখ্যাৰ জগত।

আহক, বাস্তৱ সংখ্যাৰ এই আমোদজনক জগতখনত প্ৰৱেশ কৰো.............

ভ্ৰমণ সূচী[edit | edit source]

  1. যাত্ৰাৰ আৰম্ভণি-- স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা আদি
  2. নতুন চিনাকি-- পৰিমেয় নে অপৰিমেয়?
  3. বাস্তৱ সংখ্যাৰ সৈতে খেল ধেমালী
  4. পূৰণ, বাৰে বাৰে
  5. অধ্যয়নকাৰী! জ্ঞান প্ৰয়োগ কৰা