Jump to content

Wb/as/পৰমাণু (ৱিকিঅনুজ)/প্ৰশ্ন

তলৰ প্ৰশ্নৰ উত্তৰ দিয়া--

  1. আগৰ দাৰ্শনিকসকলে পৰমাণুৰ কথা কওঁতে সকলোৱে কিয়া মানি লোৱা নাছিলে বাৰু?
  2. কত্যয়মে কনডৰ পৰমাণুৰ বিষয়ে কি কৈছিলে?
  3. তলত পানিৰ বিষয়ে কিছু তথ্য দিয়া হৈছে-- "পানী মানুহৰ বাবে অতিকৈ প্ৰয়োজনীয়। আন আন প্ৰাণীয়েও পানী গ্ৰহণ কৰে আৰু পানী নাথাকিলে জীয়াই থাকিব নোৱাৰে। পানী মৌল নহয়। পানীৰ ফৰ্মুলা H2O. ই হাইড্ৰ'জেন আৰু অক্সিজেনেৰে নিৰ্মিত"। এতিয়া কোৱা, পানীক যদি আমি ভাগ কৰো, পানীৰ বিশেষত্ব নষ্ট নোহোৱাকৈ আটাইতকৈ সৰু যি ভাগ আমি পাম, সেই ভাগ পানীৰ পৰমাণু নে? যদি হয়, সেই পৰমাণু ভাঙিলে আমি কি পাম? যদি নহয়, কিয়?
  4. পৰমাণুত নিজেটিভ চাৰ্জ থকা ইলেক্ট্ৰন আছে, তথাপিও ই কেনেকৈ নিউট্ৰেল (চাৰ্জবিহীন) হৈ থাকে?