Wb/as/পূৰণ/১ৰ পৰা ৯লৈ সংখ্যা পূৰণ কৰা
Appearance
১ৰ পৰা ৯লৈ সংখ্যা পূৰণ কৰিবলৈ এটি সংখ্যা আনটো সংখ্যাৰ লগত পূৰণ কৰিলে প্ৰথমটো সংখ্যা দ্বিতীয়টো সংখ্যাৰ সমানবাৰ যোগ কৰিব লাগিব।
যেনে ২ x ৩ কৰিবলৈ ২ক ৩বাৰ যোগ কৰিব লাগিব।
১ | ২ | ৩ | ||
---|---|---|---|---|
২ x ৩ = | ২ + | ২ + | ২ = | ৬ |
১ | ২ | ৩ | ৪ | ||
---|---|---|---|---|---|
৩ x ৪ = | ৩ + | ৩ + | ৩ + | ৩ = | ১২ |