Wb/as/গঠন হ'ল গণ মুক্তি সংগ্ৰাম অসম

From Wikimedia Incubator
< Wb‎ | as
Wb > as > গঠন হ'ল গণ মুক্তি সংগ্ৰাম অসম

দীৰ্ঘ দিনীয়া আলোচনাৰ অন্তত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ চতুৰ্থ দ্বি-বাৰ্ষিক অধিবেষণত (মৰাণ অধিৱেষণত) অখিল গগৈয়ে নতুন আঞ্চলিক ৰাজনৈতিক দল গণ মুক্তি সংগ্ৰাম অসম গঠন কৰাৰ সিদ্ধান্ত আনুস্থানিক ভাৱে ঘোষণা কৰে। অনুস্থানত প্ৰবীণ গান্ধিবাদী নেতা আন্না হাজাৰেও অংশ গ্ৰহণ কৰে আৰু ভাষণত "জেল চল' আন্দ'লান" আৰম্ভ কৰাৰ কথা কয়। অখিল গগৈয়ে কয় যে "এই দলৰ উদ্দেশ্য ভাৰতৰ পুজীবাদী ব্যৱস্থাক সলনি কৰা"।