Wb/as/এছিয়া (ৱিকিঅনুজ)
এই গ্ৰন্থ ৱিকিঅনুজৰ অন্তৰ্গত, অৰ্থাৎ এই গ্ৰন্থ শিশুসকলৰ বাবে।
এছিয়া পৃথিৱীৰ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ জনবহুল মহাদেশ। এছিয়াত ৪৩০ কোটিতকৈও অধিক লোক থাকে। এছিয়া ইউৰোপৰ পূবলৈ আৰু আফ্ৰিকাৰ উত্তৰ-পূবলৈ। মানৱ জাতিৰ প্ৰায় ৬০% লোকে এছিয়াত বাস কৰে আৰু এছিয়াই পৃথিৱীৰ ৩০% মাটি আৱৰে।
এছিয়াৰ ভাৰতৰ আৰু চীনৰ সভ্যতা পৃথিবীৰ ভিতৰতে পুৰণি!
Countries
[edit | edit source]যদি আপুনি গ্ৰন্থখনৰ বাবে নতুন পৃষ্ঠা সৃষ্টি কৰিব খোজে.... মনত ৰাখিব যে
[edit | edit source]এই গ্ৰন্থ শিশুসকলৰ বাবে, সেই বাবে এই গ্ৰন্থত কঠিন শব্দ প্ৰয়োগ নকৰিব-- সৰল ভাষাৰ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব। লগতে যদি পৃষ্ঠাত কিছু ছবি থাকে, তেনেহ'লে ভাল হ'ব, কাৰণ কেৱল আখৰ থকা কিতাপ পঢ়ি প্ৰায় শিশুৱে আমণি পায়।
পৃষ্ঠাত তলত দিয়া বিষয় যেন থাকে--
পৰিচয়
দেশখন ক'ত আছে
দেশখনত কিমান মানুহে বাস কৰে
দেশখনৰ মানুহে সাধাৰণতে কি ভাষা ব্যৱহাৰ কৰে
সাধাৰণতে দেশকনৰ মানুহৰ ধৰ্ম কি
দেশখনত কি খেল জনপ্ৰিয়
দেশখনৰ উল্লেখযোগ্য ঠাই কিছুমান কি কি
কিছু পৃষ্ঠা পঢ়ি চালে আপুনাৰ বুজাত সহায় হ'ব।
সোণকালে পৃষ্ঠাৰ মূল ভেটি তৈয়াৰ কৰিবলৈ তলৰ পাঠ 'কপি কৰি পেষ্ট' কৰিব পাৰে:
{{Header}} '''[[w:{{subst:SUBPAGENAME}}|{{subst:SUBPAGENAME}}]]''' is a country... =={{subst:SUBPAGENAME}} ক'ত আছে?== =={{subst:SUBPAGENAME}}ত কিমান মানুহ থাকে?== =={{subst:SUBPAGENAME}}ত মানুহে সাধাৰণতে কি ভাষা ব্যৱহাৰ কৰে?== ==সাধাৰণতে {{subst:SUBPAGENAME}}ৰ মানুহৰ ধৰ্ম কি?== =={{subst:SUBPAGENAME}}ৰ মানুহে কি খেল খেলে?== ==উল্লেখযোগ্য ঠাই কিছুমান কি কি?==