Wb/as/অসমৰ ইতিহাস আৰু বৰ্তমান (ৱিকিঅনুজ)/পৌৰাণিক কথাত আৰু প্ৰাচীন কাল

From Wikimedia Incubator

বিভিন্ন পৌৰাণিক গ্ৰন্থৰ পৰা অসমৰ ইতিহাসৰ বিষয়ে জানিবলৈ চেষ্টা কৰা হৈছে।

অসমক পূৰ্বতে কামৰূপ বুলি জনা হৈছিল। গুৱাহাটী আছিল প্ৰাগজ্যোতিষপুৰ।

এই ঠাইৰ প্ৰথম ৰাজ বংশ আছিল দানৱ বংশ। দানৱ বংশৰপৰাই নৰকাসুৰে ৰাজ্যভাৰ গ্ৰহণ কৰিছিল। এনে বৰ্ণনা হিন্দু গ্ৰন্থত পোৱা যায়।