Wt/as/লাজ দে
Appearance
অৰ্থ
[edit | edit source](সকৰ্মক ক্ৰিয়া) কথা বা কামেৰে লাজত পেলা ।
উচ্চাৰণ
[edit | edit source]laj de
সমাৰ্থক শব্দ
[edit | edit source]- ছাই-মুৱা কৰ
- চন্দুৱালি
- ধক
- বৈলক্ষণ্য
- বৈলখ
- বৈলখ্ব্
- ৰীড়া
অন্য ভাষাত
[edit | edit source]- ইংৰাজী:Shame,Embarass,Discompose