Wt/as/পুৰুষ
Appearance
অৰ্থ
[edit | edit source]বিশেষ্য
[edit | edit source]- মানৱ জাতিৰ দুই লিংগৰ প্রাণীৰ ভিতৰত শুক্রধাৰী সকল।
- নৰ।
- পূৰ্বজ, পুৰ্বজসকল।
- মতা মানুহ।
- চেষ্টা।
- সাহসী মানুহ।
- ব্যক্তি।
জাতিবাচক বিশেষ্য
[edit | edit source]মানৱ জাতি
সমাৰ্থ শব্দ
[edit | edit source]মানুহ, মানৱ, মানৱ জাতি, মনুষ্য, নৃ, নৰ-নাৰী,