Wt/as/পালন কৰ্
অৰ্থ[edit | edit source]
বয়স বা পদমৰ্যদাত জেষ্ঠ কোনো লোকে কৰিবলৈ কোৱা আৰু দিহা দিয়া মতে কাম কৰা৷
উচ্চাৰণ[edit | edit source]
pa.lon. kor
সমাৰ্থক শব্দ[edit | edit source]
- অৱলম্বন কৰ্ (o.bo.lom.bon kor)
- মানি চল্ (ma.ni sol)
- মান্ (man)
- অনুপাল্ (o.nu.pal),