Wt/as/তলপেট
Appearance
অৰ্থ
[edit | edit source]মেৰুদণ্ডী প্ৰাণীৰ শৰীৰৰ সমুখৰ বা তলৰ অংশ, বক্ষাস্থিৰ পৰা তলপেটলৈকে, য’ত পাচন-তন্ত্ৰ আৰু অন্য অংগ কেতবোৰ সোমাই থাকে ৷
উচ্চাৰণ
[edit | edit source]tol.pet
সমাৰ্থক শব্দ
[edit | edit source]- জঠৰ (jo.thor)
- পেট (pet)
- উদৰ (u.dor),