Wp/rkt/শ
Appearance

স্বৰবৰ্ণৰ লগত যোগ হৈলে
[edit | edit source]| স্বৰবৰ্ণ | 'শ'ৰ লগত যোগ হৈলে |
|---|---|
| অ | শ |
| আ | শা |
| ই | শি |
| ঈ | শী |
| উ | শু/শু |
| ঊ | শূ |
| ঋ | শৃ |
| এ | শে |
| ঐ | শৈ |
| ও | শো |
| ঔ | শৌ |
যুক্তবৰ্ণ (শ যোগ)
[edit | edit source]শ + চ = শ্চ = নিশ্চয়
শ + ন = শ্ন = প্ৰশ্ন
শ + ৱ = শ্ব = অশ্ব
শ + ম = শ্ম = শ্মশান
শ + য = শ্য = বৈশ্য
শ + ৰ = শ্ৰ = শ্ৰবণ
শ + ৰ + উ = শ্ৰু = শ্ৰুতলিপি
শ + ল = শ্ল = শ্লোক
'শ'দিয়া আৰম্ভ শব্দৰ উদাহৰণ
[edit | edit source]- শ
- শংকৰদেব
- শূণ্য
- শনিবাৰ
- শুঅৰ
- শুকুৰবাৰ
- শেফালি ফুল
- শ্বহীদ
- শ্বেয়াৰচাট