Wp/rkt/ন
Appearance

স্বৰবৰ্ণৰ লগত যোগ হৈলে
[edit | edit source]| স্বৰবৰ্ণ | 'ন'ৰ লগত যোগ হৈলে |
|---|---|
| অ | ন |
| আ | না |
| ই | নি |
| ঈ | নী |
| উ | নু |
| ঊ | নূ |
| ঋ | নৃ |
| এ | নে |
| ঐ | নৈ |
| ও | নো |
| ঔ | নৌ |
যুক্তবৰ্ণ (ন যোগ)
[edit | edit source]ন্ + ত + ৱ = ন্ত্ব = সান্ত্বনা
ন্ + থ = ন্থ = গ্ৰন্থ
ন্ + দ = ন্দ = মন্দ
ন্ + ধ = ন্ধ = অন্ধ
ন্ + ন = ন্ন = অন্ন
ন্ + ব = ন্ব = অন্বেষণ
ন্ + ম = ন্ম = জন্ম
ন্ + য় = ন্য = মান্য
ন্ + স = ন্স = ফ্ৰান্স
'ন'দিয়া আৰম্ভ শব্দৰ উদাহৰণ
[edit | edit source]