Wp/rkt/দ
Appearance

স্বৰবৰ্ণৰ লগত যোগ হৈলে
[edit | edit source]| স্বৰবৰ্ণ | 'দ'ৰ লগত যোগ হৈলে |
|---|---|
| অ | দ |
| আ | দা |
| ই | দি |
| ঈ | দী |
| উ | দু |
| ঊ | দূ |
| ঋ | দৃ |
| এ | দে |
| ঐ | দৈ |
| ও | দো |
| ঔ | দৌ |
যুক্তবৰ্ণ (দ যোগ)
[edit | edit source]দ্ + গ = দ্গ = উদ্গিৰণ
দ্ + ঘ = দ্ঘ = উদ্ঘাটন
দ্ + দ = দ্দ =উদ্দাম
দ্ + ধ = দ্ধ = যুদ্ধ
দ্ + ব = দ্ব = দ্বাৰা
দ্ + ভ = দ্ভ = উদ্ভৱ
দ্ + ম = দ্ম = ছদ্ম
দ্ + য = দ্য = পদ্য
দ্ + ৰ = দ্ৰ = ভদ্ৰ
দ্ + ৰ + উ = দ্ৰু = দ্ৰুত
'দ'দিয়া আৰম্ভ শব্দৰ উদাহৰণ
[edit | edit source]