Wp/rkt/ণ
Appearance

স্বৰবৰ্ণৰ লগত যোগ হৈলে
[edit | edit source]| স্বৰবৰ্ণ | 'ণ'ৰ লগত যোগ হৈলে |
|---|---|
| অ | ণ |
| আ | ণা |
| ই | ণি |
| ঈ | ণী |
| উ | ণু |
| ঊ | ণূ |
| ঋ | ণৃ |
| এ | ণে |
| ঐ | ণৈ |
| ও | ণো |
| ঔ | ণৌ |
যুক্তবৰ্ণ (ণ যোগ)
[edit | edit source]ণ্ + ট = ণ্ট = কণ্টক
ণ্ + ঠ = ণ্ঠ = কণ্ঠ
ণ্ + ড = ণ্ড = মণ্ডল
ণ্ + য় = ণ্য = অৰণ্য
'ণ'দিয়া আৰম্ভ শব্দৰ উদাহৰণ
[edit | edit source]'ণ'যুক্ত শব্দৰ উদাহৰণ
[edit | edit source]- কাণ
- কাণা
- পাণ