Wp/rkt/জ
Appearance

স্বৰবৰ্ণৰ লগত যোগ হৈলে
[edit | edit source]| স্বৰবৰ্ণ | 'জ'ৰ লগত যোগ হৈলে |
|---|---|
| অ | জ |
| আ | জা |
| ই | জি |
| ঈ | জী |
| উ | জু |
| ঊ | জূ |
| ঋ | জৃ |
| এ | জে |
| ঐ | জৈ |
| ও | জো |
| ঔ | জৌ |
যুক্তবৰ্ণ (জ যোগ)
[edit | edit source]জ্ + জ = জ্জ = লজ্জা
জ্ + জ্ + ব = জ্জ্ব = উজ্জ্বল
জ্ + ঞ = জ্ঞ = বিজ্ঞান
জ্ + ব = জ্ব = জ্বালা
জ্ + য = জ্য = ৰাজ্য
জ্ + ৰ = জ্ৰ = বজ্ৰ
'জ'দিয়া আৰম্ভ হোৱা শব্দৰ উদাহৰণ
[edit | edit source]