Wp/rkt/ঙ
Appearance

স্বৰবৰ্ণৰ লগত যোগ হৈলে
[edit | edit source]| স্বৰবৰ্ণ | 'ঙ'ৰ লগত যোগ হৈলে |
|---|---|
| অ | ঙ |
| আ | ঙা |
| ই | ঙি |
| ঈ | ঙী |
| উ | ঙু |
| ঊ | ঙূ |
| ঋ | ঙৃ |
| এ | ঙে |
| ঐ | ঙৈ |
| ও | ঙো |
| ঔ | ঙৌ |
যুক্তবৰ্ণ (ঙ যোগ)
[edit | edit source]ঙ + ক = ঙ্ক = অঙ্ক, শঙ্কৰদেৱ
ঙ + খ = ঙ্খ = শঙ্খ
ঙ + গ = ঙ্গ = গঙ্গা
ঙ + ঘ = ঙ্ঘ = সঙ্ঘ
ঙ + ম = ঙ্ম = বাঙ্ময়
'ঙ'যুক্ত শব্দৰ উদাহৰণ
[edit | edit source]- নাঙল
- চুঙা
- মঙলবাৰ