Wp/rkt/গ
Appearance

স্বৰবৰ্ণৰ লগত যোগ হৈলে
[edit | edit source]| স্বৰবৰ্ণ | 'গ'ৰ লগত যোগ হৈলে |
|---|---|
| অ | গ |
| আ | গা |
| ই | গি |
| ঈ | গী |
| উ | গু/গু |
| ঊ | গূ |
| ঋ | গৃ |
| এ | গে |
| ঐ | গৈ |
| ও | গো |
| ঔ | গৌ |
যুক্তবৰ্ণ (গ যোগ)
[edit | edit source]গ + ধ = গ্ধ = মুগ্ধ
গ + ন = গ্ন = ৰুগ্ন
গ + ম = গ্ম = যুগ্ম
গ + য = গ্য = ভাগ্য
গ + ৰ = গ্ৰ = গ্ৰহ
গ + ল = গ্ল = গ্লানি
'গ'দিয়া আৰম্ভ শব্দৰ উদাহৰণ
[edit | edit source]