কোকৰাঝাৰ জিলা (বড়ো: कोकराझार जिला) ভাৰতেৰ অংগৰাজ্য অসমেৰ একখান জিলা। উত্তৰ-পূৰ্বাঞ্চলেৰ জৈন্যে ই এক প্ৰবেশদ্বাৰ স্বৰূপ। ২০০৩ চনত গঠিত বড়োলেণ্ড স্বায়ত্ত্বশাসিত পৰিষদেৰ মূল কাৰ্য্যালয় কোকৰাঝাৰ জিলাতে অবস্থিত।