Wn/as/সুকীয়া সময় য'ন বিচাৰিছে মেঘালয়ে
Appearance
অসমত দীৰ্ঘদিন ধৰি সুকীয়া সময় য'ন বিচাৰি থকাৰ সময়তে একে ধৰণৰ দাবী উত্থাপন কৰিছে চুবুৰীয়া ৰাজ্য মেঘালয়ে। ৰাজ্যখনৰ মুখ্য সচীব ৱাৰ্জাৰীয়ে কয় যে যেতিয়া ভাৰতীয় মান সময়ৰ মতে ১০:৩০ বাজে, ৰাক্যখনত দুপৰীয়া পাৰ হৈ যায়। এনেদৰে দুপৰীয়া কাম আৰম্ভ কৰিলে ৰাজ্যখনৰ উন্নতি কেনেকৈ হ'ব বুলি তেওঁ প্ৰশ্ন কৰে।