Jump to content

Wn/as/নকলৰ বাবে জেঠীৰ দৰে কিয় বগাই, মই পৰীক্ষাত কিতাপ লৈ যোৱাৰ অনুমতি দিলোহেতেন :লালু

From Wikimedia Incubator
< Wn | as
Wn > as > নকলৰ বাবে জেঠীৰ দৰে কিয় বগাই, মই পৰীক্ষাত কিতাপ লৈ যোৱাৰ অনুমতি দিলোহেতেন :লালু

বিহাৰত সন্তানক নকল যোগান ধৰিবলৈ বেৰ বগোৱা ছবি সম্প্ৰচৰরিত হোৱাৰ পিছত বিহাৰৰ ছবি বেয়া হোৱাৰ পিছতেই ৰাষ্ট্ৰীয় জনতা দল প্ৰধান আৰু পূৰ্বৰ মুখ্য মন্ত্ৰী লালু প্ৰসাদ যাদৱে এক আজব মন্তব্য কৰে।

তেওঁ কয় "ইটনি বাড়ি বিল্ডিং মে চিপ্কালি কি টাৰাহ চিটিং কাৰাট হে। হামাৰে ৰাজ মে হ'গা? হাম ট' খুড হি কিটাব লাকাৰ ডে, লিখ' চাব কিটাব ডেখ কাৰ লিখ'" অৰ্থাৎ 'ইমান ডাঙৰ বিল্ডিঙত জেঠীৰ দৰে বগাই নকল কৰিছে। মোৰ ৰাজত হ'ব? মই নিজেই কিতাপ আনি দিও, লিখা সকলোৱে কিতাপ চাই লিখা'।

লালুৰ মন্তব্যই চচিয়েল মিডিয়াত খুব জনপ্ৰিয়াতা লাভ কৰিছে।