Wn/as/গুণমুগ্ধই ইংৰাজ কাৰ পাৰ্ক ৰজা ৰিচাৰ্ড ৩ৰ কফিনক শ্ৰদ্ধাঞ্জলী দিয়ে

From Wikimedia Incubator
< Wn‎ | as
Wn > as > গুণমুগ্ধই ইংৰাজ কাৰ পাৰ্ক ৰজা ৰিচাৰ্ড ৩ৰ কফিনক শ্ৰদ্ধাঞ্জলী দিয়ে

দেওবাৰে হাজাৰ হাজাৰ লোক শাৰী পাতি ৫০০ বছৰ পূৰ্বে যুদ্ধত প্ৰাণ হেৰুৱা ৰজা ৰিচাৰ্ড ৩ৰ শেষ কৃত্যৰ আগত উলিওৱা শোভাযাত্ৰা চাবলৈ যায়।

ৰিচাৰ্ড ৩ যুদ্ধভূমিত মৰা অন্তিম ব্ৰিটিছ সম্ৰাট। তেওঁৰ শৰীৰ ম্যুনিচিপাল কাৰ পাৰ্কৰ তলত ২০১২ চনত উদ্ধাৰ হয়, মৃত্যুৰ প্ৰায় ৫৩০ বছৰৰ পিছত।