Wb/as/ভাৰতৰ ভাষাসমূহ (ৱিকিঅনুজ)

From Wikimedia Incubator
< Wb‎ | as
Wb > as > ভাৰতৰ ভাষাসমূহ (ৱিকিঅনুজ)
ভাৰত ভাষিকভাৱে এক বৈচিত্ৰ্যপূৰ্ণ দেশ। ভাৰতত বিভিন্ন ভাষা কোৱা আৰু লিখা হয়। ২০০১ চনৰ লোকপিয়ল অনুসৰি ভাৰতত ১২২টা বৃহৎ আৰু ১৫৯৯ অন্য ভাষা কোৱা লোক আছে। ভাৰতৰ কোনো ৰাষ্ট্ৰীয় ভাষা নাই। পিচে ভাৰতীয় সংবিধানে ২২টা ভাষাক স্বীকৃতি দিছে। এই গ্ৰন্থত আমি ভাৰতৰ বিভিন্ন ভাষাসমূহৰ বিষয়ে পঢ়িম
....
/অসমীয়া/ /বাংলা/ /বড়ো/
/ডগ্ৰী/ /গুজৰাটী/ /হিন্দী/
/কন্নড়/ /কাশ্মিৰী/ /কংকাণি/
/মৈথিলী/ /মলয়ালম/ /মণিপুৰী/
/মাৰাঠী/ /নেপালী/ /ওড়িয়া/
/পাঞ্জাবী/ /সংস্কৃত/ /সন্থালী/
/সিন্ধি/ /তামিল/ /তেলুগু/
/উৰ্দু/ /মিচিং/ /ভোজপুৰী/