Wt/as/কল

From Wikimedia Incubator
< Wt‎ | as
Wt > as > কল
'কল'ৰ অৰ্থ আৰু সংজ্ঞা


কলৰ ছবি
উচ্চাৰণ
/ˈkol/
অৰ্থ
অসমীয়াত ১. এবিধ গছ, কল গছ
২. কল গছৰ ফল
ইংৰাজীত 1. An evergreen tree, the Banana tree.
2. The fruit of a Banana tree.
হিন্দীত १. केला
२. केला का पेड़
টেগ বাক্য
Meaning of Banana,
Banana defination,
Banana meaning in English,
Banana meaning in Hindi,
Banana meaning in Assamese,
কল, কলৰ অৰ্থ।

← অমিতা আঙুৰ