Jump to content

Wy/as/দক্ষিণ আমেৰিকা

From Wikimedia Incubator
< Wy | as
Wy > as > দক্ষিণ আমেৰিকা

দক্ষিণ আমেৰিকা মহাদেশত বিশ্বৰ আটাইতকৈ ডাঙৰ বৃষ্টি অৰণ্য আৰু বৃহত্তম নদী আমাজন অবস্থিত। এই মহাদেশৰ অন্তৰ্গত দেশবিলাকৰ ভিতৰত আর্জেন্টিনা, বলিভিয়া, ব্রাজিল, চিলি, কলম্বিয়া, ইকুয়েডৰ, ফকলেণ্ড দ্বীপপুঞ্জ, ফৰাচী গায়ানা, গায়ানা, পেৰাগুয়ে, পেৰু, ছুৰিনাম, উৰুগুয়ে, ভেনেজুয়েলা আদি উল্লেখযোগ্য।