Wy/as/এণ্টাৰ্কটিকা
Appearance
এণ্টাৰ্কটিকা পৃথিৱীৰ আটাইতকৈ শীতল আৰু শুষ্ক মহাদেশ। ই উত্তৰ মেৰুত অৱস্থিত। ভ্রমণ নিয়ন্ত্রিত, ব্যয়বহুল আৰু অত্যন্ত কঠিন। এণ্টাৰ্কটিকা হ'ল একমাত্র মহাদেশ যাৰ অধিকাংশ অঞ্চলেই জনশূন্য। মাত্র কেইহাজাৰমান বিজ্ঞানী হ'ল ইয়াৰ জনসংখ্যাৰ অন্তর্গত। এই মহাদেশ বৰফেৰে আবৃত। ইয়াত পেংগুইন, ছীল,মেৰু ভালুক আদি পোৱা যায়।