Jump to content

Wy/as/এছিয়া

From Wikimedia Incubator
< Wy | as
Wy > as > এছিয়া

এছিয়া পৃথিৱীৰ আটাইতকৈ বৃহৎ আৰু আটাইতকৈ জনবহুল মহাদেশ, প্রাথমিকভাবে এই মহাদেশ পূব আৰু উত্তৰ গোলার্ধত অৱস্থিত। অৱস এছিয়া মহাদেশত আনুমানিক ৪৩০ কোটি মানুহ বসবাস কৰে।

ভাৰতৰ আগ্ৰাৰ তাজমহল

অঞ্চল

[edit | edit source]
  1. মধ্য এছিয়া : কাজাখস্তান, কিৰগিজস্তান, তাজিকিস্তান, তুৰ্কমেনিস্তান, উজবেকিস্তান
  2. পূব এছিয়া : চীন, হংকং, জাপান, মেকাও, মঙ্গোলিয়া, উত্তৰ কোৰিয়া, দক্ষিণ কোৰিয়া, টাইৱান
  3. মধ্যপ্ৰাচ্য : বাহৰেইন, ইৰান, ইৰাক, ইজৰাইল, জৰ্ডান, কুৱেইট, লেবানন, ওমান, ফিলিস্তাইন, কাটাৰ, ছৌদি আৰব, ছিৰিয়া, সংযুক্ত আৰব আমিৰাত, য়েমেন
  4. ৰাছিয়া আৰু ককেছাছ : আবখাজিয়া, আজাৰবাইজান, আৰ্মেনিয়া, জৰ্জিয়া, ছাইবেৰিয়া, নাগোৰ্ণো-কাৰাবাখ, দক্ষিণ ওছেটিয়া
  5. দক্ষিণ এছিয়া : আফগানিস্তান, বাংলাদেশ, ভূটান, ভাৰত, মালদ্বীপ, নেপাল, পাকিস্তান, শ্ৰীলংকা
  6. দক্ষিণ-পূব এছিয়া : ব্রুনেই, কম্বোডিয়া, পূব তিমৰ, ইন্দোনেছিয়া, লাওছ, মালয়েছিয়া, ম্যানমাৰ, ফিলিপাইন, ছিংগাপুৰ, থাইলেণ্ড, ভিয়েটনাম

চহৰ

[edit | edit source]

ভাষা

[edit | edit source]

এছিয়া বিভিন্ন ভাষাৰ আবাস। ইন্দোনেছিয়াত ৬০০-ৰো অধিক ভাষা প্ৰচলিত। ৮০০-ৰো অধিক ভাষা ভাৰতত প্রচলিত।

বাহ্যিক সংযোগ

[edit | edit source]