Wy/as/উত্তৰ আমেৰিকা
Appearance
উত্তৰ আমেৰিকা মহাদেশৰ গুৰুত্বপূৰ্ণ চহৰ:
- হাভানা — কিউবাৰ ৰাজধানী।
- কিংষ্টন — আফ্ৰিকান-কেৰিবিয়ান সংস্কৃতিৰ কেন্দ্ৰ।
- লছ এঞ্জেলছ — হলিউডেৰ বাবে বিখ্যাত।
- মেক্সিকো চহৰ — মেক্সিকোৰ ৰাজধানী, বিশ্বৰ তৃতীয় বৃহত্তম শহৰ।
- নিউয়ৰ্ক চহৰ — উত্তৰ আমেৰিকাৰ বাণিজ্যিক আৰু সাংস্কৃতিক কেন্দ্ৰ।
- পানামা চহৰ — পানামাৰ ৰাজধানী।
- টৰণ্টো — কানাডাৰ আটাইতকৈ ডাঙৰ চহৰ।