Jump to content

Wy/as/ইউৰোপ

From Wikimedia Incubator
< Wy | as
Wy > as > ইউৰোপ

Vue_aérienne_Europe_25

ইউৰোপ মহাদেশৰ গুৰুত্বপূৰ্ণ চহৰ:

  1. আমষ্টাৰডাম — নেদাৰলেণ্ডেৰ আটাইতকৈ ডাঙৰ চহৰ।
  2. বাৰ্চিলোনা — স্পেইনেৰ সৰ্ববৃহৎ চহৰ।
  3. বাৰ্লিন — জাৰ্মানীৰ ৰাজধানী।
  4. ইস্তানবুল —তুৰস্কৰ আটাইতকৈ ডাঙৰ চহৰ।
  5. লণ্ডনসংযুক্ত ৰাষ্ট্ৰৰ ৰাজধানী।
  6. মস্কো — বিশ্বৰ সৰ্ববৃহৎ দেশ ৰাছিয়াৰ ৰাজধানী।
  7. পেৰিছ — ফ্ৰান্সৰ ৰাজধানী।
  8. প্ৰাগ — চেক গণৰাজ্যৰ ৰাজধানী।
  9. ৰোম — ইটালীৰ ৰাজধানী।