Jump to content

Wy/as/আফ্রিকা

From Wikimedia Incubator
< Wy | as
Wy > as > আফ্রিকা

আফ্রিকা মহাদেশ আয়তন আৰু জনসংখ্যা উভয় দিশতে বিশ্বৰ দ্বিতীয় বৃহত্তম মহাদেশ। আফ্রিকা মহাদেশত ৫৪খন দেশ আছে।

আফ্ৰিকা মহাদেশৰ উল্লেখযোগ্য চহৰ:

  1. আক্ৰা — ঘানাৰ ৰাজধানী।
  2. আদিছ আবাবা — ইথিওপিয়াৰ ৰাজধানী আৰু আফ্ৰিকাৰ অন্যতম কচমোপলিটান চহৰ।
  3. কায়ৰো — ইজিপ্তৰ ঐতিহাসিক ৰাজধানী আৰু প্ৰাচীন ইজিপ্তেৰ প্ৰৱেশদ্বাৰ।
  4. কেপ টাউন — দক্ষিণ আফ্ৰিকাৰ চহৰ য'ত টেবুল মাউণ্টেন অৱস্থিত।
  5. ডাকাৰ — ছেনেগালৰ ৰাজধানী।
  6. জোহান্সবাৰ্গ — দক্ষিণ আফ্ৰিকাৰ সৰ্ববৃহৎ চহৰ।
  7. লুয়াণ্ডা — এংগোলাৰ ৰাজধানী।
  8. মাৰাকেছ — প্ৰাচীন আৰু আধুনিক মৰক্কোৰ মিশ্ৰণ।
  9. নাইৰোবিকেনিয়াৰ ৰাজধানী।