Jump to content
ৰ়
- ৰক্ষা : উদ্ধাৰ।
- ৰং : কালাৰ।
- ৰঙ : স্ফূৰ্তি।
- ৰণ : যুদ্ধ।
- ৰথ : মহাকাব্যিক যুগত ব্যবহৃত একপ্ৰকাৰ বাহন।
- ৰবিবাৰ : সপ্তাহেৰ পত্থম বাৰ।
- ৰসী : দোৰী।
- ৰাগ : খং।
- ৰীতি-নীতি : পৰম্পৰাগত নিয়ম।
- ৰুদ্ৰ : শিব, মহাদেশ।
- ৰূপ : সৌন্দৰ্য।
- ৰূপা : একপ্ৰকাৰ ধাতু।
- ৰোগী : বেমাৰী।
- ৰৌ : একৰকম মাছ।