Jump to content

Wt/rkt/

From Wikimedia Incubator
< Wt | rkt
Wt > rkt >
              
  • ঘৰ : বাড়ী, গৃহ।
  • ঘৃতকাঞ্চন : একপ্ৰকাৰ ঔষধি উদ্ভিদ।
  • ঘাট : নদী বা দিগিৰ (পুখুৰীৰ) পাৰ।
  • ঘাটা : ৰাস্তা, পথ।
  • ঘাঁস : তৃণজাতীয় উদ্ভিদ।
  • ঘি : ঘিউ।
  • ঘুম : নিন্দ, শোআ, শুতা।
  • ঘোষণা : ঢোলাই।
  • ঘোঁৰা : একপ্ৰকাৰ জন্তু।