Wt/as/পৰিত্যাগ
Appearance
অৰ্থ
[edit | edit source](সকৰ্মক ক্ৰিয়া) সম্পূৰ্ণৰূপে এৰি বা বিসৰ্জন দিয়া অথবা তেনে কৰা কাৰ্য্য |
উচ্চাৰণ
[edit | edit source]po.ri.tyag.
সমাৰ্থক শব্দ
[edit | edit source]- ত্যাগ কৰ্
- পৰিত্যাগ কৰ্
- এৰি দে
- পৰিহাৰ কৰ্
- বাদ দে
- এৰ্
- পৰিহৰ্
- ছাড়্
- তেজ্
- বিসৰ্জন, বিসৰ্জন দে
- জলাঞ্জলি দে
- বিছু, বিছুৰ্