Wt/as/পৰিত্যাগ

From Wikimedia Incubator
< Wt‎ | as
Wt > as > পৰিত্যাগ

অৰ্থ[edit | edit source]

(সকৰ্মক ক্ৰিয়া) সম্পূৰ্ণৰূপে এৰি বা বিসৰ্জন দিয়া অথবা তেনে কৰা কাৰ্য্য |

উচ্চাৰণ[edit | edit source]

po.ri.tyag.

সমাৰ্থক শব্দ[edit | edit source]

  1. ত্যাগ কৰ্
  2. পৰিত্যাগ কৰ্
  3. এৰি দে
  4. পৰিহাৰ কৰ্
  5. বাদ দে
  6. এৰ্
  7. পৰিহৰ্
  8. ছাড়্
  9. তেজ্
  10. বিসৰ্জন, বিসৰ্জন দে
  11. জলাঞ্জলি দে
  12. বিছু, বিছুৰ্

অন্য ভাষাত[edit | edit source]