Wt/as/অসমীয়া
Appearance
| |||||||
| উচ্চাৰণ | |||||||
|---|---|---|---|---|---|---|---|
| /oxomia/ | |||||||
| অৰ্থ | |||||||
| অসমীয়াত | ১. অসম ৰাজ্যৰ জনতা, ২. অসমৰ এটা প্ৰধান ভাষা | ||||||
| ইংৰাজীত | 1. Related to the people of Assam 2. A language of Assam | ||||||
| হিন্দীত | १. असम के बासिन्दा २. एक भाषा | ||||||
| সমাৰ্থক শব্দ | |||||||
| অসমীয়াত | অসমীয়া | ||||||
| ইংৰাজীত | Assamese | ||||||
| হিন্দীত | असमीया, आसामीज | ||||||
| বিপৰীত শব্দ | |||||||
| অসমীয়াত | অনাঅসমীয়া | ||||||
| ইংৰাজীত | Non-Assamese | ||||||
| |||||||