Wq/as/মেক্স প্লাংক

From Wikimedia Incubator
< Wq‎ | asWq > as > মেক্স প্লাংক
মেক্স প্লাংকৰ আলোকচিত্ৰ

মেক্স প্লাংক (এপ্ৰিল ২৩, ১৮৫৮ – অক্টোবৰ ৪, ১৮৪৭) আছিল এগৰাকী জাৰ্মান তাত্ত্বিক পদাৰ্থবিজ্ঞানী। মেক্স প্লেংক কোৱাণ্টাম বলবিজ্ঞান বা কোৱাণ্টাম তত্ত্বৰ জনক হিচাপে পৰিচিত আৰু ইয়াৰ বাবেই তেওঁ ১৯১৮ চনত পদাৰ্থবিজ্ঞানৰ ন'বেল বঁটা লাভ কৰিছিল।

উদ্ধৃতিসমূহ[edit | edit source]

  1. অহংকাৰ হৈছে মানুহৰ চেতনাৰ তাৎক্ষণিক নিৰ্দেশ।

উৎস[edit | edit source]