Wq/as/বেটুপাত
ৱিকিউদ্ধৃতিলৈ স্বাগতম! যিকোনো লোকে সম্পাদনা কৰিব পৰা উদ্ধৃতিৰ বিনামূলীয়া সংকলন। অসমীয়া ৱিকিউদ্ধৃতিত বৰ্তমান ৪৪৬ টা লেখা আছে। |
আজিৰ উদ্ধৃতি
|
ফকৰা যোজনা • জতুৱা ঠাঁচ • ডাকৰ বচন • সাঁথৰ • শ্লোগান • বৰ্ণানুক্ৰমিক সূচী |
ৱিকিউদ্ধৃতি কি?
ৱিকিউদ্ধৃতি হৈছে অসমীয়া ভাষাৰ বিভিন্ন উদ্ধৃতিৰ এক অনলাইন সংকলন। ইয়াত যিকোনো পাঠকে নতুন উদ্ধৃতি সন্নিবিষ্ট কৰিব পাৰে, অথবা আগৰে পৰা থকা উদ্ধৃতিত যদি ভুল থাকে সেয়া শুদ্ধ কৰিব পাৰে।
ৱিকিউদ্ধৃতিৰ অৱদানকাৰীসকললৈ সাদৰেৰে অনুৰোধ জনোৱা হ’ল যাতে তেওঁলোকে অসমীয়া ভাষাৰ প্ৰচলিত বানান পদ্ধতি মানি চলে। আপুনি যিকোনো এটা পৃষ্ঠা কেনেকৈ সম্পাদনা কৰিব পাৰি তাক শিকিবলৈ সহায় পৃষ্ঠাটো দৰ্শন কৰিব পাৰে নাইবা আপোনাৰ পৰীক্ষাগাৰত পৰীক্ষা কৰিব পাৰে; বা ৱিকিউদ্ধৃতিত অৱদান আগবঢ়াবলৈ প্ৰৱেশ কৰিব পাৰে।
ইতিহাস
ৱিকিপিডিয়াৰ ভগ্নী প্ৰকল্প ৱিকিউদ্ধৃতিৰ আৰম্ভণি হৈছিল ২০০৩ চনৰ ২৭ জুনত। ইয়াক মূলতঃ ৱোল্ফ ৱিকিত অস্থায়ীভাৱে স্থাপিত কৰা হৈছিল, কিন্তু ১০ জুলাইত ইয়াক ৱিকিপিডিয়া ছাৰ্ভাৰলৈ স্থানান্তৰিত কৰা হয়।
মাহটোৰ শেষলৈ অৰ্থাৎ ২০০৩ চনৰ ৩১ জুলাইত ৱিকিউদ্ধৃতিত থকা প্ৰৱিষ্টিৰ সংখ্যা আছিল ১৭২ টা, স্বয়ংনিশ্চিত ৱিকিউদ্ধৃতিয়ান আছিল ১০ গৰাকী আৰু পঞ্জীয়নভুক্ত ব্যৱহাৰকাৰী আছিল ৪৮ জন।
এমাহৰ পিছত, ২০০৩ চনৰ ৩১ আগষ্টত ইয়াৰ সংখ্যা বাঢ়ি যথাক্ৰমে ৩৩৯ টা পৃষ্ঠা, ১৮ জন স্বয়ংনিশ্চিত ৱিকিউদ্ধৃতিয়ান আৰু ১০৫ জন পঞ্জীয়নভুক্ত ব্যৱহাৰকাৰী হয়গৈ। ২০০৪ চনৰ ১ আগষ্টত ইয়াত ৩০০-ৰো অধিক পঞ্জীয়নভুক্ত ব্যৱহাৰকাৰী হোৱাৰ লগতে ২৭ জন স্বয়ংনিশ্চিত ৱিকিউদ্ধৃতিয়ান আছিল।
নিৰ্বাচিত পৃষ্ঠাসমূহ
প্ৰধান শ্ৰেণীসমূহ
সমাজ
প্ৰবন্ধ লিখন
নীতি • পৃষ্ঠা কেনেকৈ সম্পাদনা কৰে • ৰচনাশৈলীৰ হাতপুথি (সজ্জা) আৰু ৰচনাশৈলীৰ হাতপুথি • ৰাজহুৱা ক্ষেত্ৰ আৰু ভাগ-বতৰা • প্ৰবিষ্টিৰ অনুৰোধসমূহ
প্ৰকল্পটোৰ বিষয়ে
পৃষ্ঠাটোৰ বিষয়ে • সাঁচসমূহ • বানান • ৰাইজৰ বাটচ'ৰা • ৱিকিউদ্ধৃতি কি নহয় • ৰাইজৰ চ'ৰা • তথ্য কেন্দ্ৰ • অনুৰোধ • ৱিকিউদ্ধৃতিয়ান • উপযোগিতা • সততে উদিত প্ৰশ্নসমূহ • ৱিকিউদ্ধৃতিৰ ইতিহাস • ৱিকিউদ্ধৃতি • অন্য ভাষাৰ ৱিকিউদ্ধৃতিসমূহ • ছফ্টৱেৰ • ৱিকিমিডিয়া
ৱিকিউদ্ধৃতিৰ ভগ্নী প্ৰকল্পসমূহ
|
অন্য ভাষাৰ ৱিকিউদ্ধৃতিসমূহ |