Wp/rkt/এল্পছ
Appearance
এল্পছ (Alps) হৈল ইউৰোপ মহাদেশেৰ সৰ্ব্বোচ্চ আৰ্ বহুলভাৱে বিস্তৃত হয়া থকা পৰ্বতমালা।[1] প্ৰায় ১২০০ কিমি বিস্তৃত সেয়া থাকা এই পৰ্বতমালা আঠখন দেশ ফ্ৰান্স, ম’নাক’, ছুইজাৰলেণ্ড, জাৰ্মানী, ইটালী, অষ্ট্ৰিয়া, লিকটেন্সটেইন (Liechtenstein) আৰ্ শ্ল’ভেনিয়া পৰ্যন্ত বিস্তৃত হয়া আছে।[2]
তথ্যসূত্ৰ
[edit | edit source]
- ↑ http://search.credoreference.com/content/entry/heliconhe/alps/0
- ↑ "Alpine Convention" Template:Wp/rkt/Webarchive. Alpine Conferences. Retrieved August 3, 2012